Biology MCQ For SSUHS CEE Entrance Exam Part-1

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-1

Biology MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024-2025 (PDF). The Srimanta Sankaradeva University of Health Sciences (SSHUS) will conduct the Common Entrance Examination (CEE) for admission to BSc Nursing, GNM, B. Pharm and D. Pharm courses in the state of Assam for the academic year 2024-2025.

In this article, we have provided 100 MCQs on Biology for the SSHUS CEE Entrance Exam 2024-2025 in Assamese Medium for BSc Nursing, GNM, B. Pharm, and D. Pharm will be a valuable resource for students preparing for the exam.

১) কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে জৈৱ প্ৰযুক্তি বিদ্যাৰ জৰিয়তে উৎপন্ন কৰা দৰব—

(ক) ইনছুলিন

(খ) ইন্টাৰফেৰ’ণ

(গ) HGH

(ঘ) TSH

উত্তৰঃ (খ) ইন্টাৰফেৰ’ণ

২) চাইট্ৰিক এচিড পোৱা অনুজীৱ—

(ক) এছপাৰজিলাছ নাইজাৰ

(খ) ৰাই’বিয়াম নিগ্ৰিকেনছ

(গ) পেনিচিলিয়াম চাহট্টিনাম

(ঘ) লেক্ট’বেচিলাছ বুলগেৰিকাছ

উত্তৰঃ (ক) এছপাৰজিলাছ নাইজাৰ

৩) ইষ্ট এটা অত্যাৱশ্যকীয় উৎস—

(ক) ভিটামিনৰ

(খ) ৰাহব’ফ্ৰেভিনৰ

(গ) শৰ্কৰাৰ

(ঘ) প্ৰ’টিনৰ

উত্তৰঃ (ঘ) প্ৰ’টিনৰ

৪) তলৰ কোনবিধ প্ৰতি জৈৱিক নহয়-

(ক) ব্লাষ্টিডিন

(খ) চেৰেছিন

(গ) পেনিচিলিনৰ

(ঘ) চাইক্ল’হেক্সামাইড

উত্তৰঃ (খ) চেৰেছিন

৫) জিনীয় অভিযন্ত্ৰণত প্লাজমিড ব্যবহাৰ কৰাৰ কাৰণ –

(ক) সহজে পোৱা যায়

(খ) প্ৰতিলিপিকৰণ সহজ

(গ) নিস্ক্ৰিয়

(ঘ) একগোটকৰণত সক্ষম

উত্তৰঃ (খ) প্ৰতিলিপিকৰণ সহজ

৬) ৰোগৰ কাৰক বিহীন উদ্ভিদ পাবৰ উপায়—

(ক) পৰিস্কাৰ কৃষি

(খ) এমব্ৰয় ইড খেতি

(গ) কৰ্ষণ মাধ্যমত মকুল বা বিটপৰ অগ্ৰৰ বংশ বিস্তাৰণ

(ঘ) জোৰা কলম

উত্তৰঃ (গ) কৰ্ষণ মাধ্যমত মকুল বা বিটপৰ অগ্ৰৰ বংশ বিস্তাৰণ

৭) এইডছ বিয়পাৰ কাৰণ –

(ক) সমকামিতা

(খ) অনৈতিক উপায়েৰে জীৱন ধাৰণ

(গ) সংক্ৰমি ত বেজী আৰু চিৰিঞ্জ

(ঘ) ওপৰৰ সকলো

উত্তৰঃ (ঘ) ওপৰৰ সকলো

৮) এইডছ প্ৰথমতে ধৰা পৰিছিল—

(ক) ৰাছিয়াত

(খ) ফ্ৰান্সত

(গ) আমেৰিকা যুক্তৰাজ্যত

(ঘ) জাৰ্মাৰ্মনীত

উত্তৰঃ (গ) আমেৰিকা যুক্তৰাজ্যত

৯) মাম্পছ এটা ভাইৰাছজনিত ৰোগ যিয়ে পোৰণি তোলে —

(ক) পেৰ’টিড গ্ৰন্থিৰ

(খ) ছাবলিংগুএল গ্ৰন্থিৰ

(গ) চাবমেক্সিলাৰী গ্ৰন্থিৰ

(ঘ) ইনফ্ৰা-অ’ৰবিটেল গ্ৰন্থিৰ

উত্তৰঃ (ক) পেৰ’টিড গ্ৰন্থিৰ

১০) বেক্টেৰিয়াজনিত চকুৰ বেমাৰ-

(ক)  গ্লুকমা

(খ) ট্ৰেক’মা

(গ) জেৰ’পথেলমিয়া

(ঘ) প্ৰ’টেন’পিয়া

উত্তৰঃ (খ) ট্ৰেক’মা

১১) কলেৰাৰ কাৰক—

(ক) আদ্যপ্ৰাণী

(খ) ভেঁকুৰ

(গ) ভাইৰাছ

(ঘ) বেক্টেৰিয়া

উত্তৰঃ (ঘ) বেক্টেৰিয়া

১২) কুষ্ঠ ৰোগৰ কাৰক

(ক) মন’ছিছটিচ

(খ) TMV

(গ) মাইক’বেক্টেৰিয়াম

(ঘ) চালমনেলা

উত্তৰঃ (গ) মাইক’বেক্টেৰিয়াম

১৩) জন্মগত বেমাৰ হ’ল—

(ক) জন্মতে থকা ৰোগ

(খ) অভাৱজনিত ৰোগ

(গ) এজনৰ পৰা আন এজনলৈ বিয়পে

(ঘ) জীৱন কালত হয়

উত্তৰঃ (ক) জন্মতে থকা ৰোগ

১৪) ৰশ্মি প্ৰয়োগ কৰি কৰ্কট ৰোগযুক্ত কোষবোৰ নাশ কৰা হয় যদিও দেহৰ আন কোষবোৰ নমৰে ইয়াৰ কাৰণ কৰ্কট ৰোগযুক্ত কোষবোৰ—

(ক) খাদ্যৰ অভাৱত ভোগে

(খ) অন্য প্ৰকৃতিৰ হয়

(গ) দ্ৰুত হাৰত বিভাজি ত হয়

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) দ্ৰুত হাৰত বিভাজি ত হয়

১৫) কৰ্কট ৰোগৰ লগত জড়িত জিন—

(ক) কৰ্কট

(খ) অ’নক’

(গ) টিউমাৰ

(ঘ) ৰেগুলেটৰ

উত্তৰঃ (খ) অ’নক

১৬) পানীয়ে বিস্তাৰণ ঘটোৱা ৰোগ—

(ক) বৰ আই

(খ) যক্ষ্মা

(গ) মেলেৰিয়া

(ঘ) ক’লেৰা

উত্তৰঃ (ঘ) ক’লেৰা

১৭) যক্ষ্মা ৰোগৰ কাৰক—

(ক) ছালম’নেলা

(খ) বাইক’বেক্টেৰিয়াম

(গ) ষ্ট্ৰেপ্তক’কাছ

(ঘ) নিউম’ক’ক্কাছ

উত্তৰঃ (খ) বাইক’বেক্টেৰিয়াম 

১৮) বেক্টেৰিয়া জনিত বেমাৰ যিটো যৌন প্ৰক্ৰিয়াৰে সংক্ৰমিত হয়—:

(ক) কুষ্ঠ

(খ) এইড্ছ

(গ) ছিফিলিছ

(ঘ) পাটুছিছ

উত্তৰঃ (গ) ছিফিলিছ

১৯) ছাৰক’মা হ’ল কৰ্কট ৰোগ—

(ক) অধিচ্ছদীয় কলাৰ

(খ) সংযোজক আৰু পেশীকলাৰ

(গ) তেজৰ

(ঘ) অন্তস্ত্বকীয় কলাৰ

উত্তৰঃ খ) সংযোজক আৰু পেশীকলাৰ

 ২০) গুপ্তবীজী উদ্ভিদত চাৰিটা পুংৰেণুক আৱৰি ৰখা আৱৰণখন গঠিত হয়—

(ক) পেড’ বেলোলজ

(খ) কেল’জ

(গ) চেললু’জ

(ঘ) স্প’ৰ’জ’লেনিন

উত্তৰঃ (খ) কেল’জ.

২১) পূৰ্ণতা প্ৰাপ্ত শুক্ৰাণুৰ থাকে

(ক) এযোৰ ফ্লেজেলা

(খ) এটা কোষকেন্দ্ৰ, এক্ৰ’জম আৰু এটা চেন্ট্ৰিণ্ডল

(গ) এটা কোষকেন্দ্ৰ এটা এক্ৰজ’ম আৰু এযোৰ চেন্ট্ৰিওল

(ঘ) এটা কোষ কেন্দ্ৰ, এটা এক্ৰ’জম এযোৰ চেন্ট্ৰিওল আৰু পুচ্ছ

উত্তৰঃ (ঘ) এটা কোষ কেন্দ্ৰ, এটা এক্ৰ’জম এযোৰ চেন্ট্ৰিওল আৰু পুচ্ছ

২২) পুং প্ৰজননতন্ত্ৰ দেখা পোৱা যায়-

(ক) পেলভিক অঞ্চলত

(খ) বুকুৰ অংশত

(গ) পিঠিৰফালে থকা অংশত

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পেলভিক অঞ্চলত

২৩) যিবোৰ কোষে শুক্ৰাশয় জনিত হৰম’ন সংশ্লেষণ কৰাৰ লগতে ক্ষৰণ কৰে তাক এণ্ড্ৰজেন বোলাৰ উপৰি

(ক) জনন কোষ বোলে

(খ) চাটলি কোষ বোলে

(গ) লেইডিগ কোষ বোলে

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) চাটলি কোষ বোলে

২৪) ডিম্বাশয় দেখা পোৱা যায়—

(ক) পুং প্ৰজনন তন্ত্ৰত

(খ) স্ত্ৰী জনন তন্ত্ৰত

(গ) (ক) আৰু (খ) দুয়োটাতে পোৱা যায়।

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) স্ত্ৰী জনন তন্ত্ৰত

২৫) সঞ্চাৰণক্ষম ৰোগ যিটো সোণকালে নিয়ন্ত্ৰণ কৰিব নোৱাৰি আৰু এশ শতাংশ ৰোগী মৃত্যু মখুত পৰে –

(ক) ছিফিলিছ

(খ) কলাজ্বৰ 

(গ) ফাইলেৰিয়া

(ঘ) জলাতংক

উত্তৰঃ (ঘ) জলাতংক

২৬) মাটিৰ সংস্পৰ্শত হোৱা বেমাৰ

(ক) ধনষ্টুংকাৰ

(খ) জলাতংক

(গ) ছিফিলিছ

(ঘ) গণ’ৰিয়া

উত্তৰঃ (ক) ধনষ্টুংকাৰ

২৭) মাকৰ পৰা সন্তানলৈ অমৰাৰ জৰিয়তে সঞ্চাতি বেমাৰ

(ক) জাৰ্মাৰ্মন লটিু আই

(খ) ছিফিলিছ

(গ) এইড্ছ

(ঘ) ওপৰৰ সকলো

উত্তৰঃ (ঘ) ওপৰৰ সকলো

২৮) ৰোগ বাহকৰ জৰিয়তে পৰোক্ষ সংঞ্চাৰণ ঘটি হোৱা বেমাৰ

(ক) নিদ্ৰাৰোগ

(খ) মেলেৰিয়া

(গ) কলাজ্বৰ

(ঘ) ওপৰৰ সকলো

উত্তৰঃ (ঘ) ওপৰৰ সকলো 

২৯) ৰোগকাৰকে বেমাৰ উৎপন্ন কৰে –

(ক) কলা নাশ কৰি

(খ) টক্সিন উৎপন্ন কৰি

(গ) উভয় (ক)  আৰু (খ)

(ঘ) এন্টিজেন উৎপাদন কৰি

উত্তৰঃ (গ) উভয় (ক)  আৰু (খ)

৩০) এন্টিজেন হ’ল

(ক) বিদেশী অণু 

(খ) প্ৰ’টিন

(গ) বহুশৰ্কৰা

(ঘ) অণুজীৱ

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-2

উত্তৰঃ (ক) বিদেশী অণু

৩১) অভাৱজনিত ৰোগ —

(ক) অসঞ্চাৰণক্ষম

(খ) সঞ্চাৰণক্ষম

(গ) সংস্পৰ্শী

(ঘ) সংক্ৰামক

উত্তৰঃ (ক) অসঞ্চাৰণক্ষম 

৩২) বেক্টেৰিয়া জনিত ৰোগ—

(ক) এমিবীয় গ্ৰহণী

(খ) বাত বেমাৰ

(গ) মধুমেহ

(ঘ) ডিপথেৰিয়া

উত্তৰঃ (ঘ) ডিপথেৰিয়া

৩৩) বিন্দুপাত সংক্ৰমণৰ জৰিয়তে হোৱা বেক্টেৰিয়া জনিত বেমাৰ—

(ক) কলেৰা

(খ) ডায়েৰীয়া

(গ) কুষ্ঠ

(ঘ) যক্ষ্মা

উত্তৰঃ (ঘ) যক্ষ্মা

৩৪) বিচিজিয়ে প্ৰতিৰোধ কৰে —

(ক) মাম্পছ্

(খ) যক্ষ্মা

(গ) পলি অ’

(ঘ) ধনষ্টুংকাৰ

উত্তৰঃ (খ) যক্ষ্মা 

৩৫) ডিম্বাশয়ে উৎপন্ন কৰা স্ত্ৰীজনন কোষটোক—

(ক) শুক্ৰাণু

(খ) ডিম্ববাহী নলী

(গ) ডিম্বাণু

(ঘ) প্ৰষ্টেট

উত্তৰঃ (গ) ডিম্বাণু 

৩৬) জৰায়ু কেবল এটা থাকে আৰু আন এটা নাম হৈছে —

(ক) ফিমব্ৰি

(খ) ইজথমাছ

(গ) এমপুল্লা

(ঘ) গৰ্ভ

উত্তৰঃ (ঘ) গৰ্ভ

৩৭) ডিম্ববাহী নলীৰ শেষ অংশটোৰ নাম হৈছে —

(ক) ইজথমাছ

(খ) এমপুল্লা

(গ) ফিমব্ৰিয়েল

(ঘ) ইনফাণ্ডিবুলাম

উত্তৰঃ (ক) ইজথমাছ

৩৮) ইনফাণ্ডিবুলামত পোৱা আঙুলি সদৃশ প্ৰবন্ধবোৰক— 

(ক) ফিমব্ৰি

(খ) এমপুল্লা

(গ) ইজথমাছ

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ফিমব্ৰি

৩৯) যোনীৰ সন্মখুৰ ভাগটোক প্ৰায়ে আংশিকভাৱে আৱৰি ৰখা অংশটোৰ নাম হৈছে-

(ক) ক্ৰিটৰিছ

(খ) মেজৰা

(গ) ইজাছ

(ঘ) হাইমেন

উত্তৰঃ (ঘ) হাইমেন

৪০) এইডছৰ কাৰক— 

(ক) ভেঁকুৰ

(খ) ভাইৰাছ

(গ) বেক্টেৰিয়া

(ঘ) হেলমি

উত্তৰঃ (খ) ভাইৰাছ

৪১) HIV-ৰ আছে

(ক) একসূত্ৰী DNA

(খ) দ্বিসূত্ৰী DNA

(গ) একসূত্ৰী RNA

(ঘ) দ্বিসূত্ৰী RNA

উত্তৰঃ (গ) একসূত্ৰী RNA

৪২) জণ্ডিছ ৰোগে আক্ৰান্ত কৰে —

(ক) বৃক্কক

(খ) যকৃতক

(গ) অগ্নাশয়ক

(ঘ) বৃহদন্ত্ৰক

উত্তৰঃ (খ) যকৃতক

৪৩) টাৰ্নাৰৰ ছিনড্ৰ মতে X ক্ৰম’জ’মৰ সংখ্যা-

(ক) শূণ্য

(খ) এক

(গ) দুই

(ঘ) তিনি

উত্তৰঃ (খ) এক

৪৪) যক্ষ্মা ৰোগ নিৰাময় কৰে —

(ক) গ্ৰিছিঅ’ফালভিনে

(খ) ইউবিকুইননে

(গ) ষ্ট্ৰেপ্ত’মাইচিনে

(ঘ) এনচিটলে

উত্তৰঃ (গ) ষ্ট্ৰেপ্ত’মাইচিনে

৪৫) তলৰ কোনটো এমিবীয় গ্ৰহণীৰ লক্ষণ নহয় –

(ক) জ্বৰে উক দিয়া

(খ) পেটৰ বিষ

(গ) শৌচৰ লগত তেজ

(ঘ) যেতিয়াই তেতিয়াই শৌচ লগা

উত্তৰঃ (ক) জ্বৰে উক দিয়া

৪৬) বৰ আইৰ কাৰক

(ক) ভাইৰাচ

(খ) বেক্টেৰিয়াম

(গ) হেলমিস্থি

(ঘ) প্ৰ’ট’জৱা

উত্তৰঃ (ক) ভাইৰাচ

৪৭) ভাইৰাচ জনিত বেমাৰ –

(ক) এইডছ, ছিফিলিছ

(খ) টাইফইড, ধনষ্টুংকাৰ

(গ) জলাতংক, মাম্পছ

(ঘ) কলেৰা, যক্ষ্মা

উত্তৰঃ (গ) জলাতংক, মাম্পছ

৪৮) ঘন কফে শ্লেষ্মা আৱৰণী সৃষ্টি কৰি শ্বাসনলী বন্ধ কৰা ৰোগ — 

(ক) ডিপথেৰিয়া

(খ) যক্ষ্মা

(গ) ধনষ্টুংকাৰ

(ঘ) পাৰটুছিছ

উত্তৰঃ (ক) ডিপথেৰিয়া

৪৯) বাহিৰা পদাৰ্থৰদ্বাৰা দেহত উৎপাদিত বিষ দ্ৰব্য হ’ল—

(ক) এন্টিজেন

(খ) হি ষ্টামিন

(গ) এণ্টিবডি

(ঘ) এলাৰ্জেন

উত্তৰঃ (ঘ) এলাৰ্জেন

৫০) শুক্ৰবাহক অস্ত্ৰোপচাৰ কৰি উলিয়াই শুক্ৰবাহকৰ কটা মৰূত গাঠি দিয়াকে __________ বোলে ।

(ক) টিউবেকটমী

(খ) ভেছেকটমী

(গ) গ’নাডেক্টমী

(ঘ) বন্ধ্যাকৰণ

উত্তৰঃ (খ) ভেছেকটমী

৫১) তলৰ কোনটো উপায় গৰ্ভনিৰোধৰ বাবে মহিলাসকলে ব্যৱহাৰ নকৰে ?

(ক) ডায়েফ্ৰেজিম

(খ) মুখেৰে খোৱা বড়ি

(গ) নিৰোধ

(ঘ) কপাৰ টি

উত্তৰঃ (গ) নিৰোধ

৫২) ভ্ৰূণৰ আনবুংশিক বিসংগতি সমূহ ধৰা পেলাবলৈ সন্তান জন্মৰ পূৰ্বে ই কৰা পৰীক্ষাটোক কোৱা হয়—

(ক) লেপ্ৰ’স্কপি

(খ) এমনিঅ’চেনটেচিছ

(গ) এবষ্টিনেন্স

(ঘ) যৌনসংগমৰ পৰা বিৰত থকা

উত্তৰঃ (খ) এমনিঅ’চেনটেচিছ

৫৩) গৰ্ভনিৰোধক বড়িত প্ৰজেষ্টেৰণে —

(ক) ডিম্বাণুক্ষৰণত বাধা দিয়া

(খ) ইষ্ট্ৰ’জেন হৰমন নিঃসৰণত সহায় কৰে

(গ) এণ্ড’মে ট্ৰিয়ামত যোজন কোষটো প্ৰতিষ্ঠাপন হৈছে নে নাই পৰীক্ষা কৰা।

(ঘ) ওপৰৰ সকলো কেইটাই।

উত্তৰঃ (ক) ডিম্বাণুক্ষৰণত বাধা দিয়া

৫৪) জন্ম নিয়ন্ত্ৰণৰ এটা পদ্ধতি হৈছে —

(ক) GIFT

(খ) HJF

(গ) IVF-ET

(ঘ) IUDS

উত্তৰঃ (ঘ) IUDS

৫৫) কোনটো পুৰুষৰ সৈতে জড়িত—

(ক) মুখেৰে খোৱা বড়ি

(খ) টিউবেকটমি

(গ) ভেচেকটমি

(ঘ) ইয়াৰে এটাও নহয়

উত্তৰঃ (গ) ভেচেকটমি

৫৬) কপাৰ টিয়ে বাধা দিয়ে —

(ক) ডিম্বাণুক্ষৰণত বাধা দিয়া

(খ) ডিম্বৰ নিষেচনত

(গ) ভ্ৰূণৰ

(ঘ) (খ) আৰু(গ) দুয়োটাই

উত্তৰঃ (খ) ডিম্বৰ নিষেচনত

৫৭) দুগ্ধক্ষৰণ কাৰণ জড়িত হয়—

(ক) গৰ্ভনিৰোধৰ অস্থায়ী পদ্ধতি

(খ) ঋতুচক্ৰৰ অনপুস্থিতি

(গ) গৰ্ভনিৰোধৰ স্থায়ী পদ্ধতি

(ঘ) এটা যৌনক্ৰিয়াৰ দ্বাৰা বিয়পা ৰোগৰ নাম

উত্তৰঃ (ক) গৰ্ভনিৰোধৰ অস্থায়ী পদ্ধতি

৫৮) RU – A86 ঔষধটো ব্যৱহাৰ কৰা হয়—

(ক) গৰ্ভনিৰোধক

(খ) গৰ্ভপাতৰ কাৰক

(গ) ভ্ৰূৰ লিংগ পৰীক্ষাৰ বাবে

(ঘ) মিউটাজেন

উত্তৰঃ (খ) গৰ্ভপাতৰ কাৰক

৫৯) জন্ম নিয়ন্ত্ৰণৰ ফলপ্ৰসু পদ্ধতিটো হৈছে —

(ক) গৰ্ভপাত

(খ) মুখেৰে খোৱা বড়ি

(গ) এবষ্টিনেন্স

(ঘ) বন্ধ্যাকৰণ

উত্তৰঃ (খ) মুখেৰে খোৱা বড়ি

৬০) তলৰ কোনটো retrovirusৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগ

(ক) গ’ন’ৰিয়া

(খ) এইডছ

(গ) ট্ৰাইক’ম’ন’য়েছি

(ঘ) চিফিলিছ

উত্তৰঃ (খ) এইডছ

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-3

৬১) এণ্টিব’ডি এটাত বন্ধন স্থান পোৱা যায়—

(ক) দুডাল পাতল শিকলিৰ মাজত

(খ) দুডাল গধুৰ শিকলিৰ মাজত

(গ) এডাল গধুৰ শিকলি আৰু এডাল পাতল শিকলিৰ মাজত।

(ঘ) এন্টিজেনৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি হয় দুডাল পাতল শিকলিৰ মাজত নতুবা এডাল গধুৰ আৰু এডাল পাতল শিকলিৰ মাজত ।

উত্তৰঃ (গ) এডাল গধুৰ শিকলি আৰু এডাল পাতল শিকলিৰ মাজত।

৬২) মাতৃৰ পৰা ভ্ৰূণলৈ অমৰাৰ জৰিয়তে ক্ষণস্থায়ী অসংক্ৰাম্যতা আহৰণ বা মাতৃৰ গাখীৰৰ পৰা সন্তানলৈ অহাটোক কোৱা হয়

(ক) সক্ৰিয় অসংক্ৰাম্যতা

(খ) নিষ্ক্ৰিয় অসংক্ৰাম্যতা

(গ) কোষীয় অসংক্ৰাম্যতা

(ঘ) অসংক্ৰাম্যতা

উত্তৰঃ (খ) নিষ্ক্ৰিয় অসংক্ৰাম্যতা

৬৩ ) ভাইৰাছ জনিত বেমাৰ —

(ক) ডিপথেৰিয়া

(খ) টাইফইড

(গ) কলেৰা

(ঘ) সৰু আই

উত্তৰঃ (ঘ) সৰু আই

৬৪) ৰোগৰ এণ্ডজে নাছ কাৰক

(ক) ইউৰিক এচিড

(খ) প্ৰ’টিনৰ অভাৱ

(গ) ভিটামিনৰ অভাৱ

(ঘ) প্ৰদষূক

উত্তৰঃ (ক) ইউৰিক এচিড

৬৫) কলিজাৰ বেমাৰ এবিধ

(ক) সংক্ৰামক ৰোগ

(খ) সঞ্চাৰণক্ষম ৰোগ

(গ) ক্ষয়প্ৰাপ্ত ৰোগ

(ঘ) অভাৱজনিত ৰোগ

উত্তৰঃ (গ) ক্ষয়প্ৰাপ্ত ৰোগ

৬৬) হিম’ফিলিয়া এবিধ –

(ক) জিনীয় বিকাৰ

(খ) সংক্ৰামক ৰোগ

(গ) ক্ষয়প্ৰাপ্ত ৰোগ

(ঘ) অভাৱজনিত ৰোগ

উত্তৰঃ (ক) জিনীয় বিকাৰ

৬৭) জন্মগত ৰোগ

(ক) কলাজ্বৰ

(খ) সৰু আই

(গ) মেনিনজাইটিছ

(ঘ) কাঁচি কোষ ৰক্তহীনতা

উত্তৰঃ (ঘ) কাঁচি কোষ ৰক্তহীনতা

৬৮) মাম্পছৰ কাৰক

(ক) আদ্যপ্ৰাণী

(খ) ভাইৰাছ

(গ) বেক্টেৰিয়াম

(ঘ) ভেঁকুৰ

উত্তৰঃ (খ) ভাইৰাছ

৬৯) ভাইৰাছজনিত বেমাৰ—

(ক) ইনফ্লুৱেঞ্জা আৰু এমিবীয় গ্ৰহণী

(খ) ইনফ্লুৱেঞ্জা, জলাতংক আৰু এলিফেণ্টিয়েছিছ

 (গ) ইনফ্লুৱেঞ্জা, জলাতংক আৰু এইড্ছ

(ঘ) পলিঅ’, ট্ৰেক’মা আৰু এছকেৰিঅ’ছিছ

উত্তৰঃ  (গ) ইনফ্লুৱেঞ্জা, জলাতংক আৰু এইড্ছ

৭০) ভাইৰাছজনিত ৰোগ—

(ক) কৰ্কট

(খ) লিউকমিয়া

(গ) টাইফইড

(ঘ) হালধীয়া জ্বৰ

উত্তৰঃ (ঘ) হালধীয়া জ্বৰ

৭১) কুষ্ঠৰ আন নাম—

(ক) হেনছেনৰ ৰোগ

(খ) শিশুৰ পক্ষাঘাত

(গ) ক’চৰ ৰোগ

(ঘ) পাটুছিছ

উত্তৰঃ (ক) হেনছেনৰ ৰোগ

৭২) প্লীহা আৰু লসিকা সন্ধি আক্ৰান্ত কৰা কৰ্কট ৰোগ—

(ক) কাৰ্ছিন’মা

 (খ) ছাৰক’মা

(গ) লিউকমিয়া

(ঘ) লিম্ফ’মা

উত্তৰঃ (খ) ছাৰক’মা

৭৩) মধুমেহ ৰোগ ঘটে অভাৱত—

(ক) Na+ ৰ

 (খ) ছাৰক’মা

(গ) উৎসেচকৰ

(ঘ) আয়ডি নৰ

উত্তৰঃ  (খ) ছাৰক’মা

৭৪) এটা সঞ্চাৰণক্ষম ৰোগ হ’ল—

(ক) কোৱাশ্বিঅ’ৰকাৰ

(খ) ডিপথেৰিয়া

(গ) মধুমেহ

(ঘ) উচ্চ ৰক্তচাপ

উত্তৰঃ (খ) ডিপথেৰিয়া 

৭৫) ল’ৰা-ছোৱালীৰ অতি মাত্ৰা মৃত্যু ঘটোৱা বেমাৰটো—

(ক) ডিপথেৰিয়া

(খ) লটিু আই

(গ) যক্ষ্মা

(ঘ) হুপিং কাহ

উত্তৰঃ (গ) যক্ষ্মা 

৭৬) ৰঞ্জনৰশ্মি বা গামা ৰশ্মিৰে কৰা কৰ্কট ৰোগৰ চিকিৎসা—

(ক) তেজস্ক্ৰিয় ৰশ্মিৰ ব্যৱহাৰ

(খ) ৰাসায়নিক

(গ) শল্য

(ঘ) অসংক্ৰমণ

উত্তৰঃ (ক) তেজস্ক্ৰিয় ৰশ্মিৰ ব্যৱহাৰ

৭৭) যক্ষ্মা ৰোগৰ কাৰক হ’ল—

(ক) বেক্টেৰিয়াম

(খ) ভাইৰাছ

(গ) আদ্যপ্ৰাণী

(ঘ) পুষ্টি হীনতা।

উত্তৰঃ (ক) বেক্টেৰিয়াম

৭৮) তলৰ কোনটো কৃমি জনিত ৰোগ—

(ক) ফাইলেৰিয়া

(খ) ফাইলেৰিয়াছিছ

(গ) ফ্ল’ৰিয়াছিছ

(ঘ) ডিপমেৰিয়া।

উত্তৰঃ (খ) ফাইলেৰিয়াছিছ

৭৯) হিউমৰেল অসংক্ৰাম্যতা হোৱাৰ কাৰণ—

(ক) B-লিম্ফ’ছাইট

(খ) T-লিম্ফ’ছাইট

(গ) L-লিম্ফ’ছাইট

(ঘ) P-লিম্ফ’ছাইট

উত্তৰঃ (ক) B-লিম্ফ’ছাইট

৮০) B-কোষ আৰু T কোষ নোহোৱাকৈ জন্ম পোৱা ব্যক্তিয়ে ভোগ কৰা ৰোগ— 

(ক) স্ব-অসংক্ৰাম্য ৰোগ

(খ) ইমিউন’ ডেফিচিয়েন্সি ৰোগ

(গ) (ক) আৰু (খ) দুয়োটাই 

(ঘ) এইবোৰৰ এটাও নহয় ।

উত্তৰঃ (খ) ইমিউন’ ডেফিচিয়েন্সি ৰোগ 

৮১) তলৰ কোনটোক ৰোগজনক বোলা হয় ?

(ক) এণ্টিবডি

(খ) এন্টিজেন

(গ) আগ্লুটিনিন

(ঘ) স্ববিষ

উত্তৰঃ (খ) এন্টিজেন

৮২) যি অণুৱে অসংক্ৰাম্য উৎপন্ন কৰে সেইটো

(ক) এন্টিজেন

(খ) এণ্টিবডি

(গ) কাৰচিন’জেন

(ঘ) মিউটাজেন

উত্তৰঃ (ক) এন্টিজেন

৮৩) এলাৰ্জিত উত্তেজক সঁহাৰিৰ মূলতে মাষ্ট কোষবোৰৰ পৰা নিৰ্গত হয় ?

(ক) এণ্টিবডিজ

(খ) এন্টিজেন্ছ

(গ) হিষ্টেমাইন

(ঘ) ওপৰৰ সকলো

উত্তৰঃ (গ) হিষ্টেমাইন

৮৪) এণ্টিবডি বোৰ হ’ল

(ক) ইমিউন’গ্লবিউলিন

(খ) ভিটামিন

(গ) এলবুমিন

(ঘ) শৰ্কৰা

উত্তৰঃ (ক) ইমিউন’গ্লবিউলিন

৮৫) এলাৰ্জিৰ প্ৰতিক্ৰিয়াৰ বাবে হোৱা ৰোগ

(ক) গলগণ্ড

(খ) হে জ্বৰ (hay fever)

(গ) এনটেকি জ্বৰ

(ঘ) ছালৰ জ্বৰ

উত্তৰঃ (খ) হে জ্বৰ (hay fever)

৮৬) নিষ্ক্ৰিয় অসংক্ৰাম্যতা

(ক) বংশানুক্ৰমিক

(খ) ছিটাৰ জৰিয়তে পোৱা যায়৷

(গ) সংক্ৰমণৰ জৰিয়তে আহৰিত

(ঘ) আন প্ৰাণীৰ তেজৰ ছিৰামৰ পৰা সংগৃহীত

উত্তৰঃ (ঘ) আন প্ৰাণীৰ তেজৰ ছিৰামৰ পৰা সংগৃহীত

৮৭) সক্ৰিয় অসংক্ৰাম্যতা হ’ল

(ক) ৰোগৰ আগেয়ে প্ৰতিৰোধ সৃষ্টি কৰা

(খ) ৰোগৰ পাছত প্ৰতিৰোধ সৃষ্টি কৰা

(গ) হৃদস্পন্দন বৃদ্ধি কৰা

(ঘ) ৰক্ত প্ৰৱাহ বৃদ্ধি কৰা

উত্তৰঃ (খ) ৰোগৰ পাছত প্ৰতিৰোধ সৃষ্টি কৰা

৮৮) লিমফ’চাইট আৰু এণ্টিবডিৰ সহযোগী গ্ৰন্থি

(ক) অধিবৃক্কীয়

(খ) হাইপ’থেলামাছ

(গ) থাইমাছ

(ঘ) থাইৰইড

উত্তৰঃ (গ) থাইমাছ

৮৯) সক্ৰিয় অসংক্ৰাম্যতাৰ মূলতে

(ক) স্মৃতি কোষ

(খ) ঘাটক T কোষ

(গ) সহায়ক T কোষ

(ঘ) দমনকাৰী T কোষ

উত্তৰঃ (ক) স্মৃতি কোষ

৯০) HIV য়ে আক্ৰমণ কৰে

(ক) B কোষবোৰ

(খ) T কোষবোৰ

(গ) এন্টিজেন উৎপাদন কৰা কোষবোৰ

(ঘ) T সহায়কাৰী কোষবোৰ

উত্তৰঃ (ঘ) T সহায়কাৰী কোষবোৰ

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-4

৯১) B লিম্ফ’চাইটবোৰ

(ক) হাড়ৰ মজ্জাত গঠিত হয়

(খ) হাড়ৰ মজ্জাত প্ৰাকবৃদ্ধি হয়

(গ) যকৃতত প্ৰাক গঠনৰ কাম হয়

(ঘ) উভয় (ক) আৰু (খ)

উত্তৰঃ (ঘ) উভয় (ক) আৰু (খ)

৯২) T লিমফ’চাইটবোৰ

(ক) থাইমাছত গঠন হয়

(খ) হাড়ৰ মজ্জাত গঠিত হয় আৰু হাইমাছত পূৰ্ণতা পায়

(গ) থাইমাছত গঠিত হয় আৰু পূৰ্ণতা পায় হাড়ৰ মজ্জাত

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হাড়ৰ মজ্জাত গঠিত হয় আৰু হাইমাছত পূৰ্ণতা পায়

৯৩) হিউম’ৰেল অসংক্ৰাম্যতাৰ মূলতে লিম্ফ’চাইটবোৰ—

(ক) T

(খ) L

(গ) P

(ঘ) B

উত্তৰঃ (ঘ) B

৯৪) এলাৰ জেনে আঘাত কৰা অংগ—

(ক) প্লীহা

(খ) কলিজা

(গ) হাঁওফাও

(ঘ) বৃক্ক

উত্তৰঃ (ক) প্লীহা

৯৫) সহায়ক T কোষে

(ক) অন্য কোষক আকৰ্ষণ কৰে

(খ) প্ৰত্যক্ষভাৱে আকৰ্ষণ কৰে আৰু প্ৰতিজনক ধ্বংস কৰে

(গ) B-কোষৰ দ্বাৰা প্ৰতিদেহ উৎপাদনত উদ্দীপনা যোগায়

(ঘ) সৰ্বমুঠ অসংক্ৰাম্য বিক্ৰিয়াক দমন কৰে ।

উত্তৰঃ (গ) B-কোষৰ দ্বাৰা প্ৰতিদেহ উৎপাদনত উদ্দীপনা যোগায়

৯৬) B আৰু T-কোষ উৎপাদিত হয়—

(ক) অস্থিমজ্জাত

(খ) যকৃতত

(গ) থাইমাছ গ্ৰন্থিত

(ঘ) প্লীহাত

উত্তৰঃ (ক) অস্থিমজ্জাত

৯৭) তলৰ কোনটো স্ব-অসংক্ৰাম্য ৰোগ নহয়— .

(ক) চিৰকাৰী ৰক্তহীনতা

(খ) চিৰকাৰী হেপাটাইটিছ

(গ) ইনফ্লুৱেঞ্জা

(ঘ) মায়াচথিনিয়া গ্ৰেভচ্

উত্তৰঃ (গ) ইনফ্লুৱেঞ্জা

৯৮) B-কোষ বা T-কোষ নোহোৱাকৈ জন্ম পোৱা মানুহে—

(ক) ইমিউন’ডেফিচিয়েন্সি ৰোগ

(খ) স্ব-অসংক্ৰাম্য ৰোগ

(গ) এইবোৰৰ দুয়োটা

(ঘ) এইবোৰৰ এটাও ৰোগত নোভোগে ।

উত্তৰঃ (ক) ইমিউন’ডেফিচিয়েন্সি ৰোগ

৯৯) T— লিম্ফ চাইট প্ৰথমে পূৰঠ হয়—

(ক) থাইমাছত

(খ) অগ্নাশয়ত

(গ) যকৃতত

(ঘ) প্লীহাত

উত্তৰঃ (ক) থাইমাছত

১০০) প্ৰধান ভক্ষক (Phagocytic) কোষবোৰ হৈছে —

(ক) লিম্ফ ‘চাইটচ

(খ) মাষ্ট কোষ

(গ) মেক্ৰফেজেচ

(ঘ) প্লাজমা কোষ

উত্তৰঃ (গ) মেক্ৰফেজেচ

We hope that Biology MCQs will help you to prepare for the SSHUS CEE Entrance Exam 2024-2025. Please check back for future blog posts in this series, where we will provide MCQs on Chemistry and Physics.

Leave a Comment

error: Content is protected !!

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top